মায়া মায়া মাথোঁ মায়া
Singer Zubeen Garg
মায়া মায়া মাথোঁ মায়া
তুমি জানো সঁচানে
মৰমৰে মায়া
মায়া ভৰা দুচকুলৈ
হিয়া জুৰি আছাহি বৈ
দূৰণীৰে জোনাকী হৈ
ৰ'লা কিয়
মায়া মায়া.... .... ..... ..... ..
...... ................ .. ..... ..
সাগৰৰ দৰে গভীৰ
তুমি অনা মৰমকে লৈ
আছোঁ জীয়াই
দেহে মনে আছা যদি
বাৰে বাৰে গুচি যোৱা মোক
কিয় কন্দুৱাই
নানিবা সেমেকা ৰাতি
নেলাগে মোক সোঁৱৰনি
মায়া মায়া...... ..... ... ... .....
......... ........... ...... ...... .....
মায়াবিনী সেই ৰাতি আহিছিলোঁ
কাষলে তোমাৰ দুখ হবলে
হাঁহি হাঁহি সাৱতিলা
অশ্রুভৰা অনুভূতিবোৰ মনত গোপনে
মৰমৰ মায়াবী তৃষা
দিবহি মাথোঁ বেদনা
মায়া মায়া মাথোঁ মায়া..... ..... .. .... ..
No comments:
Post a Comment